তুষাৰ খণ্ডতুষাৰ লিংগ

তুষাৰ মানৱ (Assamese) [ Roman: tu.xar ma.nob]
Contributed by: Partha P Sarmah on 2008-10-28
1. (Material Noun-Neuter) a man like figure that people, especially children, make out of snow for amusement. বৰফেৰে তৈয়াৰী মানুহৰ প্ৰতিকৃতি৷ সাধাৰণতে সৰু ল’ৰা ছোৱালীয়ে ধেমালি কৰিবৰ বাবে বনায়৷

Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-14
2. Animal(Common Noun-Common &/or Masculine) Abominable Snowman is a common name for the yeti, an ape like animal cryptid said to inhabit the Himalaya region of Nepal and Tibet. হিমালয়ৰ নেপাল আৰু তিব্বত অঞ্চলত থকা বুলি বিশ্বাস কৰা বান্দৰ-সদৃশ নে ভালুক-সদৃশ প্ৰাণী৷ বন-মানুহ